Friday, August 23, 2013
এজনী ১৮ বছৰীয়া ছোৱালী প্রেগনেণ্ট! তাই কান্দি আছে...
মাক- কোন সেই লম্পট? এতিয়াই মাত তাক..!
আধাঘণ্টা পিছত এখন লেটেষ্ট মডেলৰ লিম'জিন গাড়ী সিহঁতৰ পদূলিমুখত ৰ'ল।
গাড়ীৰ পৰা দামী চুট পিন্ধা যুবক এজন নামি আহিল।
যুবক- আপোনাৰ ছোৱালীৰ প্রব্লেমটো গম পাইছো....কিন্তু মোৰ পক্ষে তাইক বিয়া
কৰোৱাটো সম্ভৱ নহয়। কিন্তু তাৰ বিনিময়ত ক্ষতিপূৰণ দিলৈ সাজু। যদি ছোৱালী হয়
মই তাইক দুটা ঘৰ, এখন BMW গাড়ী আৰু ৫ কোটি টকা দিম।
আৰু যদি ল'ৰা হয় তাক মই চাৰিটা ফ্লেট, এখন লাক্সাৰী কাৰ আৰু ১০ কোটি টকা দিম।
কিন্তু যদি miscarriage হয় কি কৰিম আপুনিয়েই কওক?
.
.
.
.
.
.
ছোৱালীৰ মাক- (সেমেনা সেমেনি কৰি) তেতিয়া নহ'লে আৰু এবাৰ try কৰিবা!!!
মানুহ এজনে কাণত কপাহ গুজি চিঠি এখন পঢ়ি আছে।
কাষত তাৰ বন্ধুজনে মন দি শুনি আছে আৰু লাজ লাজকৈ হাহিঁছে।
এনেতে তৃতীয় ব্যক্তি এজনে কৌতূহলী হৈ সুধিলে- কি পঢ়িছা ? আৰু কাণত কপাহ কিয় সুমুৱাই লৈছা?
.
.
.
.
.
.
১ম মানুহ- মোৰ বন্ধুজনে পঢ়িব নাজানে। তাৰ প্রেমিকাই চিঠি লিখিছে। মই পঢ়ি শুনাইছো। মই কথাবিলাক শুনাটো সি নিবিচাৰে...!!!!
ছান্তা
সিংৰ বৰ দুখ ৷ কাৰণটো হ' ল সি কোনোদিনেই হগাৰ পিছত পোকৰ ধুবলৈ নাপায় ৷
কাৰণ সি জংঘললৈ হাগিবলৈ যাওতে যিটো ঘটী লৈ যায় সেইটো ফুটা ৷ গতিকে হাগি
শেষ হোৱালৈ পানী নাথাকে ৷ সেয়ে সি তাৰ দুখৰ কথা বন্ধু বান্তা সিংক ক' লে ৷
বান্তাই এসপ্তাহৰ সময় লৈ তাক এটা 1st class idea দিলে ৷ সান্তায়ো বুধিটো
বৰ ভাল পালে কাৰণ এতিয়া সি ভালদৰেই পোকৰ ধুব পৰা সুবিধা হ' ল আৰু যোৱা
প্ৰায় পোন্ধৰ বছৰমান সি এই বুধি ব্যৱহাৰ কৰি খুব ভালদৰেই চলি আছে ৷
বান্তাই দিয়া বুধিটো আছিল এনে ধৰণৰ - " আগতে পোকৰ ধুই লৈ তাৰ পিছত হাগিবলৈ যাবি ৷ "
ছোৱালীৰ কিছু বিশেষ গুণ ।
১. তেঁওলোকে সদায় সঞ্জয় কৰাত গুরুত্ব দিয়ে ।
২. সদায় সঞ্জয় কৰাত গুরুত্ব দিয়ে কিন্তু সদায় দামী কাপোৰ কিনে ।
৩. সদায় দামী কাপোৰ কিনে কিন্তু
পিন্ধিবলৈ কেতিয়াও ভাল কাপোৰ
নাথাকে ।
৪. পিন্ধিবলৈ কেতিয়াও ভাল
কাপোৰ নাথাকে কিন্তু সদায় সাজি কাছি সুন্দৰী হৈ থাকে ।
৫. সদায় সাজি কাছি সুন্দৰী হৈ
থাকে কিন্তু কেতিয়াও সুখী নহয় ।
৬. কেতিয়াও সুখী নহয় কিন্তু সদায় আশা কৰে কোনোবাই ভাল লাগিছে বুলি কঁওক ।
আমাৰ চকু দুটা এটা আনটোৰ পৰম বন্ধু ।
.
.
.
কোনো বস্তু চাবলৈ হ'লে দুয়োটাই
একেলগে চায় ।
.
.
.
দুখত দুখী হ'লে দুয়োটাৰ পৰা
একেলগে চকুঁলো ওলায় ।
.
.
.
ৰাতি শুওতে দুয়োটা একেলগে মুদ খায় ।
.
.
.
.
.
.
.
.
.
.
.
কিন্তু কোনো ছোৱালীক চকুটিপ মাৰিবলৈ এটা চকুহে ব্যবহাৰ কৰিব লগা হয় ।
MORAL : Girls can break any relation..
Phone Call
এটা অচিনাকি ফোন,
লৰা- তোমাৰ BOY FRND আছে নে?
ছোৱালীঃ অ আছে! আপোনী কোন?
লৰাঃ তৰ দাদাৰে। ৰ হাৰাম জাদ্দি ঘৰ আহি তোক দি আছো।
অলপ পিছত আৰু এটা অচিনাকি ফোন আহিল,
লৰাঃ তোমাৰ BOY FRND আছে নেকি?
ছোৱালীঃ অ নাই নাই!!! আপোনী কোন?
লৰাঃ মই তোমাৰ BOY FRND!!! তুমি মোৰ DIL টো ভাঙি দিলা।
ছোৱালীঃ SORRY JANU, মই ভাবিছিলো মোৰ দাদা বুলি। I LV U SWTHEART.
লৰাঃ তৰ দাদাৰেয়ে মই। ৰ হাৰাম খোৰ মোক ঘৰ যায় লবা দি।
Exam...
নগেন আৰু ভদৰামে পৰীক্ষা দি আছিলে।
প্রশ্নকাকত আছিলে বৈদ্য tough
নিৰীক্ষকজন আকৌ সাংঘাতিক কাঢ়া। কাকো নকল মাৰিবলৈ সুযোগ দিয়া নাই।
নগেন-ভদৰামে টুকলি উলিয়াব পৰানাই, কিয়নো নিৰীক্ষকে মিনিট মিনিটে পাক মাৰি আছে।
এনেতে নগেনে টুকলি এটা লৈ নিৰীক্ষকৰ হাতত দিলেগৈ। সেইটো পঢ়ি নিৰীক্ষকে চকীত গৈ যি বহিল আৰু নুঠিলেই!
গোটেই ক্লাছৰ লৰাবোৰে বিন্দাছ পৰীক্ষা দিলে। পৰীক্ষা শেষ হোৱাৰ পিছত
লৰাবোৰে আহি নগেনক চাবাচী দিলে..."তই ছাৰক কি যাদু কৰি অ", বহিল যে বহিয়েই
থাকিল!"
নগেন- মই টুকলি এটা লিখি ছাৰক দিলোঁ- "ছাৰ আপোনাৰ পেণ্টটো পিছফালে ফটা!"
Bagh
নগেন
আৰু হৰেন হাবিলৈ গৈছিল। কিবা কাৰণত দুয়োটাৰ মাজত তৰ্কা-তৰ্কি হ'ল। এনেতে
হঠাতে সন্মুখত বাঘ এটা ওলালহি। হৰেনে উপস্থিত বুদ্ধিৰে বাঘটোৰ চকুত এমুঠি
ধূলি মাৰি চিঞৰি উঠিল,
"… পলা…"
.
নগেন: (খং-এৰে ক'লে)
…মই কেলেই পলাম…??
…
…
…
তইহে বাঘটোৰ চকুত ধূলি মাৰিছিিল…!!
সোণৰ মোবাইল
খৰিকটীয়াৰ কাহিনীটো মনত আছে নে?
নদীৰ পাৰত কুঠাৰেৰে গছ কাতি থাকোঁতে যে কুঠাৰখন চিলিপ হৈ পৰি গৈছিল পানীৰ
মাজত? তাৰ পিছত জলদেৱী প্ৰকট হৈ প্ৰথমতে সোণৰ, ৰূপৰ কুঠাৰ দিওঁতেও যে
খৰিকটীয়াই মানা কৰি দি নিজৰ কুঠাৰখন হে খুজিছিল? আৰু তাকে দেখি খুচ হৈ
জলদেৱীয়ে গোটেই তিনিটা কুঠাৰেই তেওঁক দি দিছিল?
দত্তৰো মনত আছে কাহিনীটো...
হ’ল কথাটো এনেকুৱা...
এদিন গোলাঘাটৰ পৰা বাদাম কিনিবলৈ দত্ত গুৱাহাটীলৈ আহিছিল| বাদাম কিনি
লোভতে অলপ বেছিকৈ গলিয়াই দিলে চাগে| লাগিল নহয়| মানে ২ নম্বৰটো... |
বিচাৰি বিচাৰি এখন সুলভ শৌচালয় পালেগৈ|
দৌৰ মাৰি ভিতৰত বহি আমেজ লৈ থাকোঁতেই আহিল নহয় কাৰোবাৰ ফোন... ফোনটো
ৰিচিভ কৰিবলৈ লওঁতেই চিলিপ হৈ ফোন চিধা একেবাৰে মেইন জেগাতে পৰিল|
মাত্ৰ ৪ দিনৰ আগতে ১২, ০০০ টকা দি কিনা ফোন... বৰ হেঁপাহত কিনিছিল দত্তই
ফোনটো, অসমীয়া লিখিবও পাৰি ফোনটোত, গেম খেলিবও পাৰি, দুখন চিম ভৰাবও পাৰি,
ধেৰ কনটেক্ট নাম্বাৰো আছে...
তাকে ভাবি ভাবি দুখতে দত্তৰ সেইভাগেই চকুপানী ওলাবলৈ ধৰিলে| চকুপানী কি, কান্দোনেই ওলাই আহিল....
দত্তৰ দুখ সহিব নোৱাৰি টয়লেট-দেৱী প্ৰকট হ’ল নহয়... আহি তেওঁ দত্তক ফোন এটা আগবঢ়াই দিলে...
- "হোঁ ল’, নাকান্দিবি অ’ বাচা"
ফোনটোলৈ চাই দত্তই ক’লে- "মোক সোণৰ ফোন নালাগে দেৱী, মোক মোৰ আচল ফোনটোকেই উভোতাই দিয়ক না পিলিজ"
দেৱীয়ে ভেকাহি মাৰি ক’লে- "ধুৰ, এইটো তোৰেই ফোন হয়| সোণৰ নহয়| ভালকৈ ধুই ল’লে দেখিবি, সোণালী ৰংটো আঁতৰি গৈছে|"
দত্ত- "হি হি হি, থেংকিউ দেই"
Subscribe to:
Posts (Atom)